Ayurveda
Premature Ejaculation Kit
Available in : Medimed Pharmacy
10% off
শীঘ্র পতন (Premature Ejaculation) এনে এটা যৌন ৰোগ যত পুৰুষ এজনে তাৰ পুৰুষাঙ্গৰ দৃঢ়তা বজাই ৰখাত সক্ষম নহয়। ফলত যৌন সঙ্গম আৰম্ভ কৰাৰ এক মিনিটৰ ভিতৰত, চূড়ান্ত মুহূর্তৰ পূর্বেই বীর্য স্খলন হৈ যায়। Symptoms যোনিত প্রবেশৰ এক মিনিট সময়ৰ ভিতৰতেই বীর্যপাত। ছয় মাহ বা তাৰ অধিক সময় ধৰি এই সমস্যা চলি থকা। অংশীদাৰ দুজনৰ মাজত যৌন অসন্তোষ, হতাশা, চিন্তা আৰু চাপ সৃষ্টি হোৱা। কোনো মানসিক ৰোগত ভুগি থাকিলেও এই যৌন ৰোগ দেখা দিব পাৰে। অতীতত কোন মাদকদ্রব্য ব্যবহাৰৰ ঘটনা বা কোন ঔষধ(Drugs) লৈ থকা যাৰ ফলত শীঘ্র বীর্যপাত হৈ থাকে।
Product Description
Medicines
1) Vanari Kalpa 1tsf twice daily after food
2) Shilajit Gold 1 tab daily at bed time
3) Syp livfit 7.5ml twice daily
4) Cap Aswagandha 1cap twice daily