PILES Kit
Available in : Anymeds Ayurvedic Pharmacy
গুহ্যদ্বাৰেদি (ANUS) তেজ ওলোৱাকে ঘৰুৱা ভাৱে সকলোৱে পাইলচ্ বা অৰ্শ হোৱা বুলি ভাবি লয়। গুহ্যদ্বাৰৰ পৰা তেজ ওলোৱাটোয়ে পাইলচ্ নহয়। গুহ্যদ্বাৰত কেইবাটাও বেমাৰ হয় আৰু তাৰ মাজৰ এটাকহে পাইলচ্ বা Haemorrhoid বুলি কয় চিকিৎসা বিজ্ঞানৰ সুত্ৰ মতে। এইটো বেমাৰ হলে পায়ু দ্বাৰেদি মুক্ত ভাৱে তেজ ওলাই আহে। অৰ্শৰ কেইবাটাও পৰ্যায় থাকে, তাৰে প্ৰথম পৰ্যায়ত অকল তেজ ওলায়, ২য় পৰ্যায়ত তেজৰ লগত মাংসৰ পিণ্ড এটাও ওলাই আহে আৰু শৌচ কৰা শেষ হলে নিজে নিজে পিণ্ড টো সোমাই যায়। ৩য় পৰ্যায়ত মাংসপিণ্ড টো ওলাই আহি বাহিৰত থাকি যায়, পিণ্ডটোক হাতেৰে ঠেলি দিলেহে ভিতৰত সোমাই যায়, ৪ৰ্থ পৰ্যায়ত পিণ্ড টো ঠেলিলেও সোমাই নাযায়। মন কৰিব লগীয়া যে, প্ৰত্যেক পৰ্যায়তে তেজ সাধাৰণতে ওলায়, কিন্তু #বিষ নাথাকে। এই বেমাৰটোৰ প্ৰধান কাৰণবোৰ হ'ল বহু দীঘলীয়া সময়ৰ বাৱে শৌচ টান (Constipation) হৈ থকা , শৌচাগাৰত অধিক সময় বহা বা শৌচ কৰিব চেষ্টা কৰা ইত্যাদি।অৰ্শ নিৰাময় কৰাত সহায় কৰা কেইবিধমান ঔষধে সুফল দিয়া দেখা গৈছে। এই ঔষধবোৰ KIT হিচাপে উপলব্ধ আছে।Kit is for Piles contains: 1. Tab Pirrhoids (1Ph) 2. Tab Arshoghni Vati (2Ph) 3. Triphala Guggulu (1Ph) 4. Panchaskar Churna (1Ph) 5. Kashisadi Taila
Product Description
This kit is designed and Developed by Renowned Ayurvedic Consultant of Assam, Dr. Mukul Sarma
This Ready to use kit Can be used by patient suffering from various types of piles.
Doses and Directions:
1. Tab Pirrhoids
Sig: 2 Tab twice daily after meal
2.Arshaghni Vati
Sig: 2 Tab twice daily after meal
3. Triphala Guggul
Sig: 2 Tab twice daily after meal
4. Panchaskar Churna
Sig: 1/2 TSF with a cup of warm water at bed time
5. Kasisadi Taila
Sig: Apply over the Anus twice daily