PCOD PCOS KIT
PCOS প্ৰাপ্তবয়স্ক স্ত্ৰীৰ ডিম্বাশয়ত হোৱা এবিধ স্ত্ৰীৰোগ।শকত (obesity),শৰীৰ চৰ্চাৰ অভাৱ আৰু বংশগত কাৰণত এই ৰোগ হব পাৰে। এই ৰোগৰ লক্ষণ- অনিয়মীয়া ঋতূস্ৰাৱ, অতিপাত ঋতূস্ৰাৱ, শৰীৰ আৰু মুখমণ্ডলত অস্বাভাৱিক নোম, একনি, তলপেটৰ বিষ, গৰ্ভধাৰণত বিফল ইত্যাদি। PCOS ৰ চিকিৎসা কষ্টসাধ্য, জীৱনশৈলীৰ পৰিৱৰ্তণ যেনে' - ওজণ হ্ৰাস কৰা, শৰীৰ চৰ্চা/ যোগাসন আদি ফলদায়ক। আয়ূৰ্বেদিক চিকিৎসা শাস্ত্ৰত ইয়াৰ সুফলদায়ক চিকিৎসা উপলব্ধ। অসমৰ সুদক্ষ আয়ুৰ্বেদিক স্ৰীৰোগ বিশেষজ্ঞৰ পৰামৰ্শমৰ্মে ANYMEDS য়ে কেইবিধমিন আয়ুৰ্বেদিক ঔষধেৰে " PCOS KIT" সাজি উলিয়াইছে। Kit Contains following Ayurvedic Medicines: 1. Kanchanar Guggul 2. Nityanada Ras 3. Pushpadhanwa ras 4. Ta evecare forte 5. Tab Hyponidd
Product Description
This kit is designed and developed by Renowned Ayurvedic Consultant of Assam, Dr. Mukul Sarma.
Doses and Directions:
1. Kanchanar Guggul
Sig: 2 Tab twice daily
2. Nityanada Ras
Sig: 2 Tabs twice daily after meal
3. Pushpadhandwa Ras
Sig: 2 Tab twice daily
4. Tab Evecare forte
Sig: 2 Tab twice daily
5. Tab Hyponidd
Sig: 2 Tab twice daily